Team Rahim Raj

Team Rahim Raj

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Team Rahim Raj, Musician/Band, Nalbari.

30/06/2026

আপোনালোক সকলোকে আন্তৰিক আমন্ত্ৰণ জনালোঁ Rahim Raj Live Music Show-লৈ।
📍 স্থান: তেলীয়াপাৰা খেল পথাৰ প্ৰাঙ্গণ ঃঃ জিলাঃ ওদালগুৰি, বিটিচি (অসম)
🕙 সময়: ৰাতি ১০:০০ বজাৰ পৰা
📅 তাৰিখ: ৩০ জুন
আহক, গান-সংগীত, আনন্দ আৰু স্মৰণীয় মুহূৰ্ত একেলগে উপভোগ কৰোঁ। আপোনালোকৰ উপস্থিতিয়ে আমাৰ অনুষ্ঠানখন অধিক সফল কৰি তুলিব। 🙏❤️
Team_Rahim_Raj Official ❤️🎸
TeamRahimRaj LivePerformance MusicNight

30/06/2026

mon gole mur kakhole Rahim Raj
゚viralシ

28/06/2026

পশ্চিম কাৰ্বিআংলং জিলাৰ হাৱাইপুৰ গুহাগাওঁস্থিত Shri Shri Sankar Madhab High Schoolৰ খেলপথাৰত অনুষ্ঠিত হ'ব লগা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সতীৰ্থ সন্মিলন–২০২৬ৰ সাংস্কৃতিক সন্ধিয়াত আপোনালোকৰ মাজলৈ গীত পৰিৱেশন কৰিবলৈ আহি আছোঁ।

🎙️ সুৰ, অনুভৱ আৰু আপোনালোকৰ ভালপোৱা... আজিৰ সন্ধিয়া হওক স্মৰণীয়। ❤️ দেখা হ'ব গুহাগাঁও, হাৱাইপুৰত। ゚viralシ

26/06/2026

নায়ক হব সুজি খলনায়ক হলি Rahim Raj ゚viralシ

25/06/2026

আপোনালোকৰ মৰম, সন্মান আৰু সহযোগিতাই আমাৰ যাত্ৰাক অধিক শক্তিশালী কৰি তোলে। ❤️
আজিৰ এই সুন্দৰ মিলনমেলাত সকলোৱে একেলগে বহি মত-বিনিময়, আলোচনা আৰু আন্তৰিক সময় অতিবাহিত কৰাৰ কিছু স্মৰণীয় মুহূৰ্ত। 🙏
“একতা, সংস্কৃতি আৰু সৌহাৰ্দ্যই সমাজক আগুৱাই নিয়ে।”
TeamRahimRaj 🌿✨

24/06/2026

কমলপুৰৰ দ্বিগুণপাৰত সংগীতৰ এক বিশেষ সন্ধিয়া! 🎤✨
প্ৰিয় কণ্ঠশিল্পী ৰহিম ৰাজৰ সুৰৰ জাদুত মুগ্ধ হ’বলৈ আহক সকলো।
📍 স্থান: দ্বিগুণপাৰ, কামালপুৰ
🕙 সময়: ৰাতি ১০ বজা
📅 তাৰিখ: ২৭ জুন
আপোনালোকৰ উপস্থিতিয়েই অনুষ্ঠানখন অধিক সাফল্যমণ্ডিত কৰি তুলিব।
🎶 “সুৰৰ লগত জীয়াই তোলক প্ৰতিটো মুহূৰ্ত!” 🎶
LivePerformance MusicNight 27JuneEvent

23/06/2026

To night Live ❤️ ꧁𓊈𒆜ᴍʀ᭄❖ABDUL RAHIM࿐𒆜𓊉꧂ Team_Rahim_raj

23/06/2026

Last night ♥️♥️♥️🙏🙏🙏 Rahim Raj

Want your public figure to be the top-listed Public Figure in Nalbari?
Click here to claim your Sponsored Listing.

Category

Website

Address


Nalbari
781369