Nscroll

Nscroll

Share

Welcome to Nscroll your one-stop destination for the latest News updates.

Photos from Nscroll's post 19/03/2025

নাছা স্পেচএক্স ক্ৰু ৯ সুনীতা উইলিয়ামছ ৰিটাৰ্ণ: সুদীৰ্ঘ ৮ মাহৰ মুৰত পৃথিৱীলৈ উভতি অহা সুনিতা উইলিয়ামছ আৰু বুচ উইলম'ৰৰ প্ৰথম ছবি।

স্পেচএক্স ক্ৰু নাইন ড্ৰেগনে সুনিতা উইলিয়ামকে ধৰি ৪ জন মহাকাশচাৰীৰ সৈতে ফ্ল'ৰিডা মহাসাগৰত সফলতাৰে অৱতৰণ কৰে। ভাৰতীয় সময় অনুসৰি নিশা ৩:৩১ বজাত পৃথিৱীলৈ ওভতে মহাকাশচাৰীৰ দলটোৱে।

Want your business to be the top-listed Media Company in North Gauhati?
Click here to claim your Sponsored Listing.

Telephone

Address


North Gauhati
783120