Assamese Creative
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Assamese Creative, Public Figure, North Gauhati.
দাদা
নতুন ফেচবুক লাগে আমাক..
এইটো আৰু ফেচবুক হৈ থকা নাই!
মাছৰ বজাৰ হৈ গ'ল!!🙏🔨
26/08/2025
নলবাৰী জিলাৰ নাৰায়নপুৰ গাঁওৰ উঠি অহা ডেকা যুৱক।
আজি কেইবা দিন ধৰি GMCH চিকিৎসা কৰি আছিল। মেডিকেল ৰিপোৰ্ট মতে কিডনী ইনফেকশন হৈ বেয়া হৈছে!
পৰিয়ালৰ লোকে মাটি বিক্ৰী কৰি হাইদৰাবাদলৈ লৈ গৈছে, তাত কৈছে কিডনী সলনি কৰিব লাগিব তাৰে বাবে প্ৰায় 8 লাখৰ পৰা 10 লাখ টকাৰ প্ৰয়োজন হৈছে সেয়েহে নিজৰ সাধ্য অনুসৰি যিয়ে যি পাৰে অকমান আৰ্থিক সহায় কৰে যেন,পৰিয়ালটো কিছু পৰিমাণে সকাহ পালে হয় ,পাৰিলে নিজৰ লগ বন্ধুৰ পৰা ও টকা অলপ সংগ্ৰহ কৰি দিব।লগতে সকলোৱে দোৱা /প্ৰাৰ্থনা কৰিব যাতে তেওঁ আমাৰ মাজলৈ সুস্থ হৈ আহে।
Click here to claim your Sponsored Listing.
Category
Contact the public figure
Website
Address
North Gauhati