Ro.com
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Ro.com, Medical and health, North Lakhimpur.
মনৰ কথা....(লিখনি)
অস্থায়ী জীৱনত তুমিয়েই আছিলা সঙ্গী,
আজি গ'লা আঁতৰি দুচকু যাই নিগৰি।
মনত পৰে অতিতৰ আৱেগৰ ধেমালী,
আজিও যোৱা নাই মই পাহৰি।
সুখী হৈ থাকা সদায়,পুৰণি ভুলৰ পৰা শিকি।
পোহৰ হৈ জিলিকা তুমি আন্ধৰক নেওচি।
নোৱাৰিলোঁ তোমাক কৰিব মোৰ জীৱন সঙ্গী,
তথাপিও পাহৰা নাই মই তোমাৰ স্মৃতি............
জীৱন বাটত আছে সুখ-দুখৰ সমষ্টি,
তাকে ভাৱি যোৱা তুমি আগবাঢ়ি।
মইও থাকিম আগৰ দৰে কৰি হাঁহি-ধেমালী।
ভুল নুবুজিবা তুমি মোক,দিছোঁ তোমাৰ সিদ্ধান্তক স্বীকৃতি।।
Click here to claim your Sponsored Listing.
Category
Website
Address
North Lakhimpur
787001