Simpi NLP
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Simpi NLP, Social Media Agency, North Lakhimpur.
17/08/2025
17/08/2025
আমাৰ লক্ষীমপুৰ ♥️
" ব্ৰিটেইনছ গট টেলেন্ট "ত জিলিকিল অসম কন্যা 🙏
বিনিতা ছেত্ৰী নামৰ এই অকণমানি ছোৱালী জনীয়ে বিশ্বৰ দৰবাৰত অসমক আকৌ এবাৰ গৌৰৱান্বিত কৰি । বিনিতা ছেত্ৰী ৰ নৃত্যই বিশ্ববাসীক মুগ্ন কৰিলে। "ব্ৰিটেইনছ গট টেলেন্ট " ৰ ছেমিফাইনেলত জিকিৰ ফাইনেলত নিজৰ স্থান সুনিশ্চিত কৰি ভাৰত তথা আমাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় । বিনিতাক আগুৱাই যাবলৈ আৰু সু- ভবিষ্যতৰ বাবে শুভেচ্ছা ও অভিনন্দন জনালোঁ ♥️
Click here to claim your Sponsored Listing.
Category
Website
Address
North Lakhimpur
787032