DFC
Welcome to our family,we are DFC(Daloigaon football club)One of the famous football club in bajali.
21/10/2023
উদীয়মান ক্লাৱ হাঠিনাপুৰ আৰু দলৈগাঁও ফুটবল ক্লাবৰ উদ্যোগত হাঠিনাপুৰ হাইস্কুল খেলপথাৰত চলাই থকা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজিৰ চতুৰ্থখন quarter finel খেলত DFC দলে UPARNOI FC দলক ৪-০ গলৰ ব্যৱধানত পৰাজিত কৰি SEMIFINAL ত প্ৰৱেশ কৰে।। উক্ত SEMIFINAL খেলখন ২৭ তাৰিখে অনুষ্ঠিত হব।।।
Want your business to be the top-listed Gym/sports Facility in Pathsala?
Click here to claim your Sponsored Listing.
Click here to claim your Sponsored Listing.
Category
Contact the business
Telephone
Address
Pathsala