Socio Economic & Educational Development Organization,Fingua
area coverage fingua, bharegaon, tini ali chowk
milchowk, fingua pathar, Golibandha, chaparbori, hatir-tari, balapara, mohan bazar and bhaktarduba
নির্বাচনী সভা
পঞ্চায়ত নিৰ্বাচন অসম ২০২৫
সামাজিক উন্নয়নে সকলো উন্নতিৰ দিশ সামৰি লয়। সেয়েহে আমি সামাজিক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি আগুৱাই যোৱাটোৱেই আমাৰ মূল লক্ষ্য।
আমাৰ লক্ষ্য সমূহ হ'ল--
১/ আৰ্থিক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি সৰু ব্যৱসায়িক সকলক ক্ষুদ্ৰ লোণ দিয়াৰ ব্যৱস্থা কৰা।
২/শৈক্ষিক উন্নয়নৰ বাবে পুথিভঁৰাল,উন্নত শিক্ষা অনুষ্ঠান আদিৰ ব্যৱস্থাকৰা।
৩/স্বচ্ছতাৰ ক্ষেত্ৰত গাৱে গাৱে dustbinsৰ ব্যৱস্থা কৰা।
৪/সামাজিক উন্নয়ন মূলক আন আন কাৰ্য।
Click here to claim your Sponsored Listing.
Category
Telephone
Website
Address
Vill-fingua, P. O./chaparbori, Dist./barpeta(Assam), Pin./781352
Pathsala
781352
Opening Hours
| Monday | 9am - 10pm |
| Tuesday | 9am - 10pm |
| Wednesday | 9am - 10pm |
| Thursday | 9am - 10pm |
| Friday | 9am - 10pm |
| Saturday | 9am - 11:30pm |
| Sunday | 11am - 10pm |