Bhattadev University Confessions

Bhattadev University Confessions

Share

This page is for you.. Share your proposal with us and confess your love one�

18/08/2022

প্ৰিয়া প্ৰিয়তমা, আশাকৰো কুশলে আছা।

মনৰ ভিতৰত সদায়ে সাঁচি ৰাখিচো তোমালৈ আচুতিয়া বহু মৰম। নাজানো কি শিহৰণে বেৰি ধৰে আৰু কয় তুমি যেন আমনি পাবা মোৰ উপষ্ঠিতিত। ভয় লাগে জানোচা উদাসিন হ'ব তোমাৰ অভিমানী মন। মন যায় কেতিয়াবা ভট্টদেৱৰ বাকৰিত তোমাৰ বাবে বাট চাই ৰ'বলৈ, সদায় প্ৰিয় তোমাৰ সেই দীঘল চুলিকোছাৰ সুবাস পাবলৈ। এবছৰ.. দুবছৰ.. চকুৰ পছাৰতে বহু বছৰেই পাৰ হ'ল, এটিয়াও মনৰ ভিতৰতে ৰৈ গ'ল ক'ব লগিয়া বহু কথা। আশাবাদী হৈ ৰও সদায় তোমাক লগ পাম বুলি, আধৰুৱা মোৰ মনৰ প্ৰতিটো কথা তোমাক ক'ব পাম বুলি..

ইতি
তোমাৰ একপক্ষীয় প্ৰেমিক

29/03/2022

Part-2....হৃদয়ৰ উদাষ কোঠালি জীপাল কৰা ডিম্পল মৰা হাহিটি, চাও নাচাও চাৱনিৰে মন কাঢ়ি নিয়া নতুন বিল্ডিংৰ গনিত বিভাগৰ ষষ্ঠ ষান্মাসিকৰ জয়শ্ৰী চৌধুৰী বা....
মোৰ confessionৰে হয়তো মৰম শেষ কৰিব নোৱাৰিম তোমালৈ, এয়া মাথো মনৰ প্ৰশান্তি। ইমান Simpleকৈ থাকা তুমি, কিন্তু কিয় নাজানো মৰমবোৰ সদায় বাঢ়ি গৈ আছে তোমালৈ! তোমাৰ কথা কোৱা শৈলী আৰু ব্যক্তিত্ব..উফফ!!!!😍😍মোক পাগল কৰি দিছে!
তোমাৰ কথা যিমানেই শুনিছো, যিমানেই জানিছো, সিমানেই প্ৰেমত পৰি গৈ আছো। তোমাৰ লগত চকুত চাই কথা কব নোৱাৰো, সদায় তলমুৱা হৈ থাকো! যিদিনা তুমি মোক মাতা সিদিনা ৰাতি মোৰ তুপনি যোৱাত ১ ঘন্টা দেৰি হৈ যায়,শেষত অৰিজিত সিংৰ গান শুনি হে টোপনি যাও!ভাত এক টোপা কমকৈ খালিও হৈ যায় সিদিনা...মাতষাৰৰে মন ভৰি যায়!বৰ্তমান বহু ব্যস্ত তুমি, কষ্ট ও হৈছে ইমানখিনি দায়িত্ব দিছে বিভাগৰ, তথাপিও খোৱা লোৱা সময়মতে কৰিবা।বিশ্ববিদ্যালয় সপ্তাহ সমাগত, এক নতুন ৰুপত দেখা পাম বুলি লগতে নিজেও পুৰস্কাৰ লাভ কৰা আৰু বিভাগৰ হকেও পাবা বুলি আশাবাদী। তোমাৰ জয়,মোৰ জয়, আমাৰ বিভাগৰ জয়🥳🥳🥳।
মোৰ মনত শান্ত হৈ থকা প্ৰশান্ত বতাহজাকক তোমাৰ সেই চাৱনি আৰু হাহিটিয়ে উন্মাদ কৰি নিয়ে।
সময়বোৰ গৈ আছে গৈ থাকিব, কিন্তু তোমাৰ প্ৰেমত মই বইল হৈ গৈচু (গাহৰি মাংস বইল কৰাৰ নিচিনা)!
মোৰ এই উকা হৃদয়ত তোমাৰ যি ৰাগি লাগিছে, সেয়া Lagranges Theorem ও ভাঙিব নোৱাৰিব চাগে! শেষত দুটি লাইন-
অযুত স্বপ্নৰ গল্প
হৃদয়ৰ
এটি আধৰুৱা কবিতা
মোৰ মৰমৰ

ইতি- Your differentiator

25/10/2021

Botany dept. 3rd sem Mousumi (uthot till thka)tumak dekhli kiba val lage birat...mask khen nuguso e tumi...fbt khub memes share kori thko..val lage...jodi tumar kunu nai too moi tumar songi hobo bisaru😘..sobari diba ne?sunisu nurshing r karone khub try kori a*o akha thakil sofol hoa tumi kintu tumak xoday sai thakibo mon...I love you..

Tai xosake morom lga

Bhattadev University Confessions 10/10/2021

3rd Sem Geography department r
Manmayuri Dutta🌹...

Ufff.......ki kom tumar kotha....Bhattadev University/ Bajali college r vitrot sobot sai dhuniya swali joni....Tumar kotha vbe vbe moi ata kobita a likhe disu....pori saba aru vl na beya hoisa koba .......

Bohu din 2mk dekha nai Manmayuri......
Bohu din 2mk dekha nai Manmayuri.....
2mr ai morom loga hahi tui
xodai pogola kora muk...
Monot asa na mayuri,
2mk j moi cllg canteen t,
prothom log paishlu.
Ufff...mayuri ....
Ufff...mayuri.....
Ki din asil xei kaita...

Bohu rati 2mr ktha vbe vbe aitu kobita likhe palaisu..Najanu kyo bt kiba ata bht vl lga 2mk....moi ai ktha 2mr agot kom buli vabisilu....bt nuwarilu kiba ata voi lge gol....Aru besi dukh lagil jetiya gom palu 2mr bf asa buli....bt monor ktha kine monot thobo nuwarilu so confession t a d dilu diya...
Bt ata ktha....moi 100% d koba paru
" That you are the most beautiful girl in Bhattadev University ❤️"
2mk dekhila mur mukhot ata a kotha ulai
*Prem aji bothahot*

Name: 2mr chosma jur
Sem:2mr earrings jur

Bhattadev University Confessions This page is for you.. Share your proposal with us and confess your love one�

Want your school to be the top-listed School/college in Pathsala?
Click here to claim your Sponsored Listing.

Address


Pathsala
781325