Axom Live Digital

Axom Live Digital

Share

Welcome To Our page ( Axom Live Digital)

21/11/2025

"তোমাক পিছফালৰ পৰা গাড়ীয়ে খুন্দা মাৰি থৈ গ'লে তুমি কাক অভিযোগ দিবা? ৮ বছৰীয়া সন্তানটোৰ কিবা হ'লে কাক অভিযোগ দিবা? তোমাক চাৰি ঘণ্টাৰ সময় দিছোঁ, বাতৰি ভুল বুলি ক্ষমা খোজা"-
নামনি অসমৰ জ্যেষ্ঠ সাংবাদিক ৰানা ডেকাক প্ৰাণে মৰাৰ ভাবুকি NRC ৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ। বাক্সা জিলা কাৰাগাৰৰ সন্মুখত ঘটা অপ্ৰীতিকৰ ঘটনাৰ ওপৰত আৰক্ষী বিষয়া পুত্ৰৰ বিৰুদ্ধে সম্প্ৰচাৰ কৰা বাতৰি ভুল আৰু AI সম্পাদিত বুলি দাবী কৰিবলৈ হিতেশ দেৱ শৰ্মাই ভাবুকি দিলে সাংবাদিক গৰাকীক।

#অসমীয়ানিউজ

19/11/2025

ঘোষণা হ’ল HSLC আৰু HS পৰীক্ষাৰ দিন।

31/10/2025

মাৰ্ঘেৰিটাত ৰাষ্ট্ৰীয় একতা দিৱস উৎযাপন। আজি ৰাষ্ট্ৰীয় একতা দিৱস।
দেশৰ বিভিন্ন প্ৰান্তৰ দৰে আজি মাৰ্ঘেৰিটাতো লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মজয়ন্তী উৎযাপন কৰা হয়।

মাৰ্ঘেৰিটাৰ পৰা আব্দুল আলিমৰ ৰিপৰ্ট।

27/10/2025
11/11/2024

'মোক বিশ্বাস কৰানে তুমি? সন্ধিয়া ৫ বজাত ফ্ৰী আছা যদি মোৰ ৰুমলৈ আহিবা। তোমাক ডিউটি দিয়া দ্বায়িত্ব মোৰ'। কামৰ প্ৰলোভন দি কোনে ৰুমলৈ মাতিলে যুৱতীক? সামাজিক মাধ্যমত ভাইৰেল এটা ফোনকল।

Want your business to be the top-listed Media Company in Pathsala?
Click here to claim your Sponsored Listing.

Telephone

Website

Address


Pathsala
781318