Ripunjay Pathak
মই জাতীয় আৱেগ আৰু চেতনাৰে ভৰা এজন স্বভিমানি অসমীয়া সংগ্ৰামী নাগৰিক, অসমীয়া মোৰ প্ৰথম পৰিচয়, মাননীয় হিমন্ত বিশ্ব শৰ্মা মোৰ আদৰ্শ পুৰুষ....
18/05/2026
ভণ্ড এজন সমাজৰ বিখ্যাত কলংক.. নিজৰ পত্নীক নিৰ্যাতন কৰি জেলৰ ভাত খোৱা মুখৰ কোনো ভেলু নথকা বাবাজীৰ আৰ্শীবাদত ক্ৰমে... সুস্থ হৈ উঠিছে তথাকথিত বিশিষ্ট সংবাদিক তথা মৌলবাদী চিন্তাধাৰাৰ প্ৰাক্তন সাংসত ... মহম্মদ অজিত কুমাৰ ভূঞা ডাঙৰীয়া... কাৰণ এই পৃথিৱীত তেখেতত কৈ জ্ঞানী আৰু জনা মানুহ নাই মোৰ ভুল হল আছে এজন...Mr H.G..!!!! বাবাজীৰ আৰ্শীবাদ সদায় তেখেতৰ ওপৰত এনেদৰেই বৰ্তি থাকক আমি কামনা কৰোঁ....। তেখেতৰ সুস্বাস্থ্য আৰু আশু আৰোগ্য কামনা কৰিলো... সুস্থ হৈ বামপন্থী চিন্তা ধাৰাই যেন অসম খন উলত পালত কৰি থাকিব পাৰে... তাৰে কামনাৰে...
জয় শ্ৰী ৰাম
ৰিপুঞ্জয় পাঠক
18/05/26
8486989912
Click here to claim your Sponsored Listing.
Category
Contact the organization
Telephone
Address
Rangia