IPTA Rangia - Assam

IPTA Rangia - Assam

Share

Indian People's Theatre Association (IPTA) is the oldest association of theatre-artists in India. IP

14/11/2020

শুভ দীপাৱলি 💞

27/08/2020

বিশিষ্ট কণ্ঠশিল্পী অৰ্চনা মহন্তৰ বিয়োগত ভাৰতীয় গণ নাট্য সংঘৰ ৰঙিয়া শাখাই গভীৰ
শোক প্ৰকাশ কৰি
যশস্বী শিল্পী গৰাকীৰ
প্ৰতি শ্ৰদ্ধা নিবেদন
কৰিছে।লগতে সংঘৰ
পক্ষৰ পৰা তেখেতৰ
পুত্ৰ প্ৰতিষ্ঠিত শিল্পী
অংগৰাগ(পাপন)মহন্ত,কন্যা কিংকিনী মহন্ত,শোক সন্তপ্ত পৰিয়াল বৰ্গ আৰু
অগনন গুণমুগ্ধৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিলোঁ।
বিষ্ণু ৰাভা দিৱস
উদ্ যাপন সমিতি:ৰঙিয়াৰ অন্যতম আয়োজক
ভাৰতীয় গণনাট্য সংঘৰ আমন্ত্ৰণ মৰ্মে
২০০৬ চনত ৰঙিয়াৰ
প্ৰগতি সংঘৰ বাকৰিত আয়োজিত
বিষ্ণু ৰাভা দিৱসত
তেখেতৰ স্বামী প্ৰয়াত
খগেন মহন্তৰ লগত তেখেতে
সংগীত পৰিবেশন কৰি ৰাইজৰ মন মুহি
থৈ গৈছে।বিষ্ণু ৰাভা দিৱস উদযাপন সমিতি:ৰঙিয়া তথা
ভাৰতীয় গণনাট্য সংঘৰ ৰঙিয়া শাখাৰ
ইতিহাসত তেখেতৰ
স্মৃতি অম্লান হৈ থাকিব।
নৃপেন নাথ
সম্পাদক
ভাৰতীয় গণনাট্য সংঘ:ৰঙিয়া শাখা।

Want your establishment to be the top-listed Arts & Entertainment in Rangia?
Click here to claim your Sponsored Listing.

Category

Website

Address


Nh31
Rangia