SFI, Rangia

SFI, Rangia

Share

Change the world ! Change your education system! Change your self! Long live workers' peasants students' unity!

02/07/2026

দুই জুলাই জুই জ্বলাই মদন মাধৱৰ তেজৰ সোঁতত জাগৰাৰ ৰাজপথ তেজেৰে ধোৱাই।
বান্দৰ সেনানীয়ে কিৰালি পাৰে,তেজৰ হলিত মতলীয়া পিশাষে তোমাৰ তেজেৰে হেতালি খেলে।

Photos from SFI, Rangia's post 30/06/2026

শাসক শ্ৰেণীৰ আক্ৰমণৰ কোব স্বাভাৱিকভাৱেই অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ওপৰত। যাৰ ফলশ্ৰুতিত আমি নিৰ্ধাৰিত কাৰ্যসূচী সূচাৰুৰূপে পালন কৰিব নোৱাৰিলো।আমি গঢ়ি তুলিব নোৱাৰিলো শক্তিশালী প্ৰতিৰোধ। যাৰ বাবে আমি অসমৰ জনগণৰ ওচৰত ক্ষমাপ্ৰাৰ্থী। ইয়াৰ পিছত উপায়হীন হৈ ৰঙিয়াৰ শ্ৰমিক ভৱনত জুৱিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰিবলগীয়া হ'ল। তাৰেই কিছু দৃশ্যাংশ

14/06/2026

বাৰুদৰ ধোঁৱাৰ মাজতো তেওঁৰ এখন সেউজীয়া পথাৰ জীয়াই আছিল।হাতৰ মুঠিত আছিল এখন আকাশ। তেওঁ আমাক ক'বলৈ লৈছিল মাটি আৰু মানুহৰ একাত্মতাৰ সাধু।পুৱা পোহৰ ভালপোৱা চৰাইজাকেও সেয়ে কৈ গ'ল বন্দুক এটা বুকুত খাবতি কেঁচা মাটি ভালপোৱা মানুহজন শুই পৰিল নীৰৱে।
বিশ্ব বিপ্লৱৰ নমস্য নায়ক কমৰেড চে গুৱেভাৰাৰ আজি জন্মদিন। বীৰ বিপ্লবী চে গুৱেভাৰাৰ আজি জন্মদিনত পৃথিৱীৰ প্ৰতিজন নিপিড়িত জণগণলৈ ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI) ৰ তৰফৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

Want your organization to be the top-listed Government Service in Rangia?
Click here to claim your Sponsored Listing.

Telephone

Website

Address


Rangia, Kamrup
Rangia
1234