Sub-Divisional Administration, Rangia
Official page of Co- District Commissioner, Rangia
15/08/2024
ৰঙিয়া মহকুমা প্ৰশাসনে আজি ১৫/০৮/২০২৪ তাৰিখে ৰঙিয়া স্থিত বাৰ্মীজ খেলপথাৰত ভাৰতৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰে।
এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে অতিৰিক্ত জিলা আয়ুক্ত তথা ৰঙিয়াৰ ভা:প্ৰা: মহকুমাধিপতি শ্ৰী দেৱাশীষ গোস্বামীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি বিভিন্ন চৰকাৰী বিভাগৰ দ্বাৰা ৰূপায়িত হোৱা বিভিন্ন আঁচনিৰ এক খতিয়ান দাঙি ধৰি ৰাইজক উদ্দেশ্যি ভাষণ আগবঢ়ায়।
মহকুমা আৰক্ষীৰ নেতৃত্বত স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মুঠ ২১ টা প্লাটুনৰ দ্বাৰা কুচ-কাৱাজ প্ৰদৰ্শন হয়। দুটি শাখাত কুচ-কাৱাজত শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়োৱা দলসমূহক আৰু ইতিমধ্যে ঘোষিত হোৱা দলীয় নৃত্য, তৰ্ক , চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতাৰ বিজয়ী সকলক পুৰস্কৃত কৰাৰ লগতে কৃষি, উদ্যোগ, পশুপালন,পলুপালন, বস্ত্ৰ-শিল্প ইত্যাদি ক্ষেত্রত বিশেষ অৱদান আগবঢ়োৱা নিৰ্বাচিত ব্যক্তিসকলকো মান পত্ৰৰে সন্মানিত কৰা হয়।
আজিৰ অনুষ্ঠানত দলীয় নৃত্য প্ৰতিযোগিতাৰ বিজয়ী দলসমূহে প্ৰদৰ্শন কৰাৰ উপৰিও কোঁচ- ৰাজবংশী নৃত্য, বিহু নৃত্য আৰু বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শিত হয়।
আজিৰ অনুষ্ঠানৰ এক অন্যতম আকৰ্ষণ আছিল সশস্ত্ৰ সীমা বলৰ ২৪ নং বেটেলিয়নৰ ছোৱান 'লিজ'ৰ দ্বাৰা ক্ৰীড়া প্ৰদৰ্শন আৰু ২৪ নং বেটেলিয়নৰ অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শনীয়েও সকলোকে আকৰ্ষিত কৰে।
CMO Assam
Directorate of Information and Public Relations, Assam
District Administration Kamrup
Janasanyog, Rangia
09/08/2024
Few glimpses of the Symposium held on 8th August, 2024 at Haradutta- Biradutta Bhawan, Rangia in connection with the 78th Independence Day, 2024.
06/08/2024
Symposium in connection with Independence Day, 2024 to be held on 8th Aug, 2024 from 3.30 PM onwards at Haradutta- Biradutta Bhavan, Rangia.
30/07/2024
Open group dance competition in connection with Independence Day, 2024 celebration under Rangia sub- division.
For details and confirmation of participation, pls contact the given no.
Click here to claim your Sponsored Listing.
Category
Contact the organization
Website
Address
SDO (Civil) Road, Chirakhundi
Rangia
781354