FOCUS Live
"ফ'কাছ লাইভ"
WhatsApp No.- 93658 03376
06/09/2025
শিৱসাগৰত CAAৰ বিৰোধিতাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অগ্নিশিখা সমদল।
২০২৪ চনৰ ভিতৰত ভাৰতত প্ৰৱেশ কৰিবলৈ ৬ টা ধৰ্মাৱলম্বীৰ বিদেশী লোকে ভাৰতীয় নাগৰিকত্ব গ্ৰহণৰ বাবে " কা" ৰ অধীনত আৱেদন কৰিব পাৰিব বুলি ভাৰত চৰকাৰে শেহতীয়াকৈ জাৰি কৰা অধিসূচনাৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আজি সন্ধিয়া জোঁৰ সমদল বাহিৰ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
Want your business to be the top-listed Media Company in Sibsagar?
Click here to claim your Sponsored Listing.
Click here to claim your Sponsored Listing.
Category
Contact the business
Telephone
Website
Address
Sibsagar
785662