S LIVE ASSAM

S LIVE ASSAM

Share

sivsagar prime news portal

26/08/2024

➡️ আজি ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী।
➡️ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন।হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে অসমৰ আকাশ বতাহ।

➡️ শিৱসাগৰ নগৰৰ গায়ন গাঁও নামঘৰতো ভকত বৈষ্ণৱে আয়োজন কৰিছে জন্মাষ্টমীৰ।

21/08/2024

অৱশেষত পলমকৈ হলেও ভোজপুৰী সমাজৰ হৈ পূৰ্বোত্তৰ হিন্দুস্তানী যুৱ মঞ্চই ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সোনৰ পদক প্ৰাপ্ত পাঞ্জা খেলুৱৈক যোৱা ১৩ আগষ্টত দুৰ্বৃত্তৰ দলৰ দলবদ্ধ আক্ৰমণ ঘটনাক নিন্দা কৰে।

উল্লেখ্য যে যোৱা কালি যুৱ দলত অভিভাৱক মন্ত্ৰী ৰণোজ পেগুৰ উপস্থিতিত তামোল পাণৰ বঁটা লৈ অসমবাসীৰ ওচৰত আঁঠুলৈ মাৰোৱাৰী সমাজে অসমীয়া সমাজক ক্ষমা ভিক্ষাৰ পাছতে ভোজপুৰী সমাজৰ হৈ পূৰ্বোত্তৰ হিন্দুস্তানী যুৱ মঞ্চই সংবাদ মাধ্যমৰ আগত ঘুৰ নিন্দা কৰা লগতে ক্ষমা প্ৰাথনা বিচাৰি অনাগত দিনত এনে ঘটনা পুনৰাবৃত্তি নঘটাৰ আশা প্ৰকাশ কৰে ৷

20/08/2024

খিলঞ্জীয়াৰ প্রভুত্ব ৰক্ষাৰ বাবে চৰকাৰলৈ কি আহ্বান শৃংখল চলিহাৰ ?

আজি যুৱ দলত অভিভাৱক মন্ত্ৰী ৰণোজ পেগু সন্মুখত কেইবাটাও দাবী উত্থাপন কৰে বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা সহ ৩০ টা জাতীয় সংগঠন সমূহে।

শিৱসাগৰত অভিভাৱক মন্ত্রী ৰণোজ পেগুৰ উপস্থিতিত উভয় পক্ষৰ বৈঠক আলোচনাত কি কি বিষয় উল্লেখ কৰিলে জাতীয় দল-সংগঠনসমূহে ?

Want your business to be the top-listed Media Company in Sibsagar?
Click here to claim your Sponsored Listing.

Website

Address


শিৱসাগৰ টাউন
Sibsagar
785640