Al-Kauser Model Academy

Al-Kauser Model Academy

Share

Al Kauser Model Academy official page , Like & Follow this page to get notifications , updates from school authority.

05/02/2026

কনকলতা বৰুৱাৰ নিৰ্ভীক মনোভাৱক স্মৰণ কৰি ৭৭ তম গণতন্ত্ৰ দিৱস উদযাপন অনুষ্ঠানত আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে কনকলতা বৰুৱাৰ সাহস, ত্যাগ, আৰু আত্মবলিদানক মঞ্চত নাটৰ জৰিয়তে জীৱন্ত কৰি তুলিছে।
নাটকত কনকলতা বৰুৱাৰ চৰিত্ৰত অভিনয় কৰিছে অষ্টম শ্ৰেণীৰ ছাত্ৰী জাকিয়া ছবনম।
কনকলতা বৰুৱাৰ সংগ্ৰাম আৰু বলিদানক সশ্ৰদ্ধ প্ৰণাম। জয় হিন্দ, জয় আই অসম।

Want your school to be the top-listed School/college in Tezpur?
Click here to claim your Sponsored Listing.

Category

Telephone

Address


Tezpur
784027

Opening Hours

Monday 8am - 3pm
Tuesday 8am - 3pm
Wednesday 8am - 3pm
Thursday 8am - 3pm
Friday 8am - 12pm
Saturday 8am - 3pm