Udalguri LIVE
Page For Udalgurian
মিছ BTC ২০২৬ৰ প্ৰস্তুতি; ৩০ জুলাইত অনুষ্ঠিত হ'ব গ্ৰেণ্ড ফিনালে
জুনাকী এণ্টাৰটেইনমেণ্টৰ উদ্যোগত ‘মিছ BTC ২০২৬’ প্ৰতিযোগিতাৰ প্ৰস্তুতি। এই প্ৰতিযোগিতাত ৩ বছৰৰ পৰা ৩০ বছৰ বয়সৰ ল'ৰা আৰু ছোৱালী উভয়ে অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিযোগিতাখন চাৰিটা বয়সভিত্তিক শ্ৰেণীত অনুষ্ঠিত হ'ব। ইয়াৰ গ্ৰেণ্ড ফিনালে অহা ৩০ জুলাই, ২০২৬ তাৰিখে সন্ধিয়া ৫ বজাৰ পৰা অনুষ্ঠিত হ'ব। Junaki Entertainment-ৰ উদ্যোগত আয়োজন কৰা অনুষ্ঠানটোৰ পৰিচালনা কৰিব হিৰক ৰাভাই। আয়োজকসকলে অনুষ্ঠানটোৰ বাবে Sponsorship-ৰ আবেদনো আহ্বান জনাইছে। আগ্ৰহী প্ৰতিযোগী বা পৃষ্ঠপোষকসকলে অধিক তথ্য আৰু নামভৰ্তিৰ বাবে ৭৫৭৮৮১৮৭৫৪ নম্বৰত যোগাযোগ কৰিব পাৰিব।
05/07/2026
ওদালগুৰিৰ বিশিষ্ট সমাজসেৱক - যুৱ উদ্যমী দিলীপ পৌডেলৰ প্ৰশংসনীয় পদক্ষেপ। বডোফালৈ সন্মান জনাই বডোফাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিলে দিলীপ পৌডেলে। ফকিৰাগ্ৰাম মহাবিদ্যায়ত স্থাপন কৰা প্ৰতিমূৰ্তি উন্মোচন কৰে বিটিচিৰ EM ৰবিৰাম নাৰ্জাৰীয়ে। দিলীপ পৌডেলৰ মহান পদক্ষেপক আদৰণি জাতীয়- দল সংগঠনৰ।
04/07/2026
At Vintage IT Academy, we don't just teach—we prepare you for the future with industry-ready digital skills.
🎨 Graphic Designing
🤖 AI Tools
📊 Data Analytics
📈 Advanced Excel
💻 And many more job-oriented courses!
✨ Admissions are now open!
Learn. Build. Grow. Succeed.
📩 DM us or visit us today to kickstart your career.
Click here to claim your Sponsored Listing.
Category
Telephone
Website
Address
Udalguri